Moi Tumar Lyrics – Tanmoy Saikia

Moi Tumar Lyrics by Tanmoy Saikia is the latest Assamese song lyrics written by Tanmoy Saikia and the beautiful music has been given by Dhruba Basumatary.This song published by

Moi Tumar Song Details

Table of Contents

Moi Tumar Lyrics

উন্মনা মোৰ হৃদয়ত ৰামধেনু হৈ আহা
সাটোৰঙী ৰঙেৰে বুকুতে বিয়পা
অভিমানী ডাৱৰে কিনো কয় গোপনে
তুমিও শুনা না নীৰৱে
বহেমীয়া মনতে স্মৃতি বোৰ সাঁচিছো
আঁকোৱালি লোৱা না চৌপাশে
প্ৰহেলিকা হৈ মোৰে কাষলৈ আহানা এবাৰ
খোজে খোজে থাকিব মৰম
উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি
দুটি নয়নৰ কি যে সোঁৱৰণ
তুমি মোৰ মই তোমাৰ
এক হৈ ৰম সদায়
তুমি মোৰ মই তোমাৰ
এক হৈ ৰম সদায়
একাজলী সপোনে তোমাৰে নাম চিঞৰে
তোমাৰ সমান হব কোন
তুমি জানো বুজানে
অবুজন হিয়াতে তোমাৰেই কাহিনী
ভালপাওঁ বুলি এবাৰ কোৱানা
হবানে সাৰথি সপোনৰে সুৰভি
হাততে হাত ধৰি চোৱানা
সপোনতো দিঠকতো তুমি তুমিয়েই জানা
হেজাৰৰে মাজতে মই
তোমাকে বাছিম চাবা
সপোনতো দিঠকতো তুমি তুমিয়েই জানা
হেজাৰৰে মাজতে মই
তোমাকে বাছিম চাবা
তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায়
মোৰ শেষ উশাহ তোমাতেই লিন সদায়
জনমে জনমে তুমি জীৱনে মৰণে তুমি
সাঁচি ৰখা মোৰে পূৰ্ণিমা
উশাহে নিশাহে তুমি
আকাশে বতাহে তুমি
তুমিয়েই আছা।
জনমে জনমে তুমি জীৱনে মৰণে তুমি
সাঁচি ৰখা মোৰে কবিতা
উশাহে নিশাহে তুমি
আকাশে বতাহে তুমি
তুমিয়েই আছা।

Moi Tumar Music Video

Scroll to Top