Lyrics

Alakananda Lyrics – Shankuraj Konwar

Agoli botahe xorale supohi
Kajoli jopa dusokur potat
Dhemali solere korenu tiposi
Nisukoni geet juri jaay
Xoyonot duti nayon modhur
Dugalote aaujilehi row’d
Bhagene sikune xun tuponi tumar
Maayamoy uxahor ume aane
Jajabori murenu hepahok
Butoli xamori tumarenu kaxarole
Ubhotai aanila jiyai tulila
Muk jiyai tulila
Muk jiyai tulila
Aei rikto bukute
Bakhona dhalila
Mur teze teze xire xire
Buwala premor alakananda
Kuwloi fakere smritir
Ekhila paat
Porene monote tumar oo
Hesuki duhatere likhisila tat
Thikona xur kobitar
Unmukto nodir xute chonde
Nosuai pran rondhre rondhre
Dekhi mon mayuriyeu paakhi meli jaay
Ati sawanite rati hol chanchal
Bondho kuthalit jen ati dawanol
Umi umi jolise puroni itihakh
Ubhotai aanila jiyai tulila
Muk jiyai tulila
Muk jiyai tulila
Aei rikto bukute
Bakhona dhalila
Mur teze teze xire xire
Buwala premor alakananda

Alakananda Lyrics In Assamese

আগলি বতাহে সৰালে চুপহি
কাজলী জপা দুচকুৰ পতাত
ধেমালি চলেৰে ক’ৰেনো টিপচী
নিচুকনি গীত জুৰি যায়
শয়নত দুটি নয়ন মধুৰ
দুগালতে আঁউজিলেহি ৰ’দ
ভাগেনে চিকুনে সোণ টোপনি তোমাৰ
মায়াময় উশাহৰ উমে আনে
যাযাবৰী মোৰেনো হেঁপাহক
বুটলি সামৰি তোমাৰেনো কাষৰলে
ওভতাই আনিলা জীয়াই তুলিলা
মোক জীয়াই তুলিলা
মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে
বাসনা ঢালিলা
মোৰ তেজে তেজে সীৰে সীৰে
বোৱালা প্ৰেমৰ অলকানন্দা
কুৱলী ফাঁকেৰে স্মৃতিৰ এখিলা পাত
পৰেনে মনতে তোমাৰ
হেঁচুকি দুহাতেৰে লিখিছিলা তাত
ঠিকনা সুৰ কবিতাৰ
উন্মুক্ত নদীৰ সোঁতে ছন্দে
নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে
দেখি মন ময়ুৰীয়েও পাখি মেলি যায়
এটি চাৱনিতে ৰাতি হ’ল চঞ্চল
বন্ধ কোঠালিত যেন এটি দাৱানল
উমি উমি জ্বলিছে পুৰণি ইতিহাস
ওভতাই আনিলা জীয়াই তুলিলা
মোক জীয়াই তুলিলা
মোক জীয়াই তুলিলা
এই ৰিক্ত বুকুতে
বাসনা ঢালিলা
মোৰ তেজে তেজে সীৰে সীৰে
বোৱালা প্ৰেমৰ অলকানন্দা

Leave a Reply

Your email address will not be published. Required fields are marked *