Morome Moromok Bisare Lyrics from Tumi Je Abhimani is the latest Assamese song sung by Mizzu Mizanoor, Aakangkhya Das.Morome Moromok Bisare song lyrics written by Kishor Baruah, Punam Nath and the beautiful music has been given by Pinkal Pratyush.This song published by Pinkal Pratyush.
Morome Moromok Bisare Song Details
| Song: | Morome Moromok Bisare |
| Movie: | Tumi Je Abhimani |
| Singer: | Mizzu Mizanoor, Aakangkhya Das |
| Lyrics: | Pinkal Pratyush |
| Music: | Kishor Baruah, Punam Nath |
| Label: | Pinkal Pratyush |
Table of Contents
Morome Moromok Bisare Lyrics
নকলেও মই বুজা, তোমাৰ মনৰ ভাষা,
বুকুতে আটি বন্ধা, ভাৱনাৰ ক’ত কথা,
তুমি আৰু মই ভবা, নতুনৰে সুৰ মায়া,
কওঁ নে তুমি ক’বা, মৰমৰ অবুজ ভাষা,
বুকুখনি কিয় কপি উঠে
তোমাক কাষত পালে
ক’ম ক’ম বুলি ভাবা কথাবোৰ
ওঁঠতে হেৰাই মোৰে
তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ’দালিৰ দাপোন
মৰমে মৰমক বিচাৰে জানানে
অ তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ’দালিৰ দাপোণ
মৰমে মৰমক বিচাৰে জানানে
সপোন সপোন কিয় লাগে মোৰ
যদিও তুমি কাষৰতে
আলসুৱা নিবিড় আবেগ বোৰ
দিঠক হ’বলে দিয়ানা
বুকুখনি কিয় কপি উঠে
তোমাক কাষত পালে
ক’ম ক’ম বুলি ভবা কথাবোৰ
ওঁঠতে হেৰাই মোৰে
তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ’দালিৰ দাপোন
মৰমে মৰমক বিচাৰে জানানে
অ তুমি মোৰ দিঠকৰ সপোন
এচেৰেঙা ৰ’দালিৰ দাপোন
মৰমে মৰমক বিচাৰে জানানে